I really respect Jahnu Barua but I was surprised to see the name of Jahnu Da's wife Naumi Baa (Gayatri Barua) and her son Ozu Barua in the Name Casti ...more
জাহ্নু বৰুৱাৰ ১১ বছৰৰ পিছত অহা চিনেমা বুলি দ্বিতীয় দিনা চাবলৈ গৈ খুবেই হতাশ হ'লো। যদিওঁ নিৰ্দেশনা ভাল হৈছে তথাপি চিনেমাখন অযথা দীঘল কৰা হৈছে। জয় আৰু অ ...more
জুবিনৰ চিনেমাখন চলি থকা অৱস্থাত হেৰোৱা ছন্দ আৰু যৌৱনে আমনি কৰে ২ মুক্তি দিয়াটো দুয়োজন প্ৰযোজকৰে চুড়ান্ত মূৰ্খামিৰ এক উৎকৃষ্ট নিদৰ্শন। হলত ৰৈ ৰৈ বিনালে ...more
জাহ্নু বৰুৱাই নিম্ন মানদণ্ডৰ চিনেমা বনালেওঁ চাবই লাগিব বুলি কথা আছে নেকি ? ভাল নালাগিল। সময় অপচয়।