#বুলু_ফিল্ম চালো। বহুতে বহুত কথাই কৈ আছে কাৰণ সকলোৰে ৰুচিবোধ বেলেগ বেলেগ। কিন্তু মই মাথোঁ এটা কথাই ক'ব বিছাৰিছো, আপুনি যদি চিনেমাখন চাই ভাল পোৱা নাই ত ...more
হিন্দীত ৰিমেক আৰু ভেজালী চিনেমা চাই চাই অসমীয়া ভাষাত এনেকুৱা অৰিজিনেল জোৰদাৰ কন্টেন পৰিলে ভাল লাগি যাই । Part 2 Required ❤️
নামত কি আছে, কামে হে পৰিচয় ঠিগ সেইদৰে চিনেমা খনৰ নামক লৈ বিতৰ্ক কৰিব নালাগে। কাৰন কাহিনী আৰু প্ৰনামি বৰা বাইদেউৰ চৰিত্ৰটো এ ইটো নামকে দাবি কৰে আৰু ইট ...more
এককথাত কব গলে মন্ত্ৰ মুগ্ধ...হিমাংশু দাৰ প্ৰতি খন চিনেমাই প্ৰিয়....আমিষৰ পিছতেই বুলু ফিল্মে মোক শিহঁৰিত কৰিছিল...বুলু বাইৰ হাতখন সেই বিষাদ চকুদুটা পাহ ...more