বহুত বেয়া লগা এখন চিনেমা…কাৰ্টুন চাবলৈ ভাল কিন্তু এইখন চিনেমা কাৰ্টুনতকৈ নিম্নমানৰ…পইচা পানীত গ’ল…worst movie Sri Krishna Leela
ভগবান শ্ৰীকৃষ্ণৰ লৌকিক অলৌকিক আৰু অতিলৌকিক লীলামালাৰ প্ৰমম ছবি এইখন অসমীযা ভাষাত। ধন্যবাদ বোলছবিৰ নিৰ্মাতা ড৹ ৰুক্মিণী বৰা।আপোনাৰ পৰা আমি আৰু আশা কৰিছ ...more