অষ্টমী মৰি যোৱাৰ পাছত শংকৰ অলপ আৱেগিক হব লাগিছিল/কান্দিব লাগিছিল..বাকী চব জুই⚡🔥
সুন্দৰ অভিনয়, সুন্দৰ কাহিনী, অতি সুন্দৰ গীত আৰু জুবিন দাৰ অনামিকা যুগৰ ৰূপ টো দেখি বহুত সুখী। আপুনিও আহক আৰু চিনেমা খন চাওক।
Loved the London Version of Ekadashi Ratiya song.
Assam Tea Tribes are on Focus. Acting, Songs, Story and Locations are Superb. চিকাৰ কৰিবলৈ হ'লে জংঘললৈ যাবই লাগিব, ঘৰৰ ভিতৰত সোমাই ক'মেন্ট পঢ়িলে নহব।
Akdom 🔥🔥 Oxomia Film ankua hbo paribo Vobaee nasilu ..Great Acting By Zubeen Da and also other Actors ..